মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

প্ৰশিক্ষণ কাৰ্যক্ৰম

সংখ্যালঘূ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্ব-নিয়োজনৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে ৰূপায়ন কৰি অহা বিভিন্ন প্ৰশিক্ষণ কাৰ্যক্ৰম ৰূপায়নত বিশেষ তৎপৰতা গ্ৰহণ কৰি আহিছে অসম সংখ্যালঘূ উন্নয়ন পৰিষদে। চৰকাৰী পৃষ্ঠপোষকতাৰে ৰাজ্যখনত পৰিষদে ৰূপায়ন কৰা প্ৰশিক্ষণ কাৰ্যক্ৰমসমূহ হল-:-

১) এ এন এম প্ৰশিক্ষম কাৰযক্ৰম

২) জি এন এম প্ৰশিক্ষণ কাৰ্যক্ৰম

৩) বি এছ চি নাৰ্চিং কাৰ্যক্ৰম

৪) মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্লোমা পাঠ্যক্ৰম

৫) ফাৰ্মাচী শিক্ষাৰ স্নাতক পাঠ্যক্ৰম

৬) ফাৰ্মাচী শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰম

৭) ফিজিঅ থেৰাপী শিক্ষাৰ স্নাতক পাঠ্যক্ৰম

৮) ফিজিঅ থেৰাপী শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰম

৯) বিউটী কালচাৰ আৰু হেয়াৰ ড্ৰেচিং পাঠ্যক্ৰম

১০) কম্পিউটাৰ হাৰ্ডৱেৰ, নেটৱৰ্কিং আৰু ৱেব ডিজাইন্ং প্ৰশিক্ষণ

১১) এয়াৰ হোষ্টেছ তথা হস্পিটেলিটি মেনেজমেণ্ট প্ৰশিক্ষণ

১২) বেংক আৰু ৰেলৱে ক্লাৰিকেল সেৱাৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাৰ প্ৰস্তুতিমূলক প্ৰশিক্ষণ

১৩) কম্বাইণ্ড কম্পিটিটিভ পৰীক্ষাৰ প্ৰস্তুতিমূলক প্ৰশিক্ষণ

১৪) কম্পিউটাৰ এপ্লিকেশ্যন/ প্লাম্বিং আৰু ইলেকট্ৰিচিয়ান স্নাতকোত্তৰ প্ৰশিক্ষণ পাঠ্যক্ৰম

১৫) সাজ-পাৰ ডিজাইনিং প্ৰশিক্ষণ আৰু

১৬) পৰ্যটন ব্যৱস্থাপনা প্ৰশিক্ষণ কাৰ্যক্ৰম