মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

পৰিদৰ্শন

অসম সংখ্যালঘূ উন্নয়ন পৰিষদৰ প্ৰশিক্ষণ কাৰ্যসূচীসমূহ ৰূপায়ন কৰা প্ৰতিষ্ঠানসমূহৰ কাম-কাজ নিয়াৰিকৈ চলিছেনে নাই তেনে কথা নিশ্চিত কৰাৰ বাবে সময়ে সময়ে পৰিদৰ্শনৰ ব্যৱস্থা ৰখা হৈছে। এনে পৰিদৰ্শনৰ কালত শিক্ষাদানৰ মান, ছাত্ৰাৱাস, ছাত্ৰী নিবাস আদিৰ সা-সুবিধা তথা গুণগত মানৰ দিশসমূহতো বিশেষ দৃষ্টি ৰখা হয়।