মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

অসম সংখ্যালঘূ উন্নয়ন পৰিষদে আগবঢ়োৱা আঁচনিৰ সুযোগ লাভ কৰা যোগ্যতাসম্পন্ন সম্প্ৰদায়ৰ তালিকা

অসম সংখ্যালঘূ উন্নয়ন পৰিষদে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ সা-সুবিধা লাভ কৰাৰ বাবে যোগ্যতা লাভ কৰা অধিসূচিত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়কেটা হল- মুছলমান, শিখ, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু পাৰ্চী।